ছত্তীশগড়ত মাওবাদীয়ে জ্বলালে বন বিভাগৰ বাহন…

ছত্তীশগড়ত মাওবাদীয়ে জ্বলালে বন বিভাগৰ বাহন…
  • ছত্তীশগড়ত মাওবাদীৰ আক্ৰমণ।
  • বন বিভাগৰ এখন বাহন জ্বলাই দিলে মাওবাদীয়ে।
  • কানকেৰ লংকা আৰু পুলামপালী অঞ্চলৰ মাজত জ্বলাই দিয়ে বাহনখন।
  • ছত্তীশগড়ৰ ছুকমা জিলাত মাওবাদীয়ে চলালে এই আক্ৰমণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in