Published on:
Updated on:
- ৰাজস্থানত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ মাজতে বিস্ফোৰিত হ'ল এখন মটৰ চাইকেল৷
- ফাটেহপুৰ জিলাৰ চিকৰৰ সুভাষ স্কুলত অনুষ্ঠিত হৈ থকা ভোটগ্ৰহণ কালতে বিস্ফোৰণ ঘটে বাহনখনত৷
- দুৰ্ঘটনাত কোনো ক্ষয় ক্ষতি হোৱা নাই৷
- দুৰ্ঘটনাৰ পিছত আধা ঘন্টা পৰ্যন্ত স্থগিত ৰখা হয় ভোটগ্ৰহণ৷
- পিছত পুনৰ আৰম্ভ হয় ভোটগ্ৰহণ পৰ্ব৷
Code:
Asomiya Pratidin
www.asomiyapratidin.in