New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/javedkar.jpg)
- কোভিডত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰ ।
- মন্ত্ৰীগৰাকীৰ দেহত শুক্ৰবাৰে ধৰা পৰে কোভিডৰ উপস্থিতি ।
- মন্ত্ৰী গৰাকীৰ অবস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে ।
- সংস্পৰ্শলৈ অহা প্ৰতিগৰাকী লোকক কোভিড পৰীক্ষা কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ।
- দেশত বৃহস্পতিবাৰেও ২ লাখৰো অধিক লোক কোৰোনাত আক্ৰান্ত হয় ।