তামিলনাডুত সংঘটিত হৈছে এক অঘটন।বিদ্যালয়ৰ চাদ খহি আহত ৩ শিশু।.আয়িৰা বিছ্যা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা।মাদুৰাইত সংঘটিত এই ঘটনাৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।