New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/jammu-encounter.jpg)
ফাইল ফটো
- জম্মু-কাশ্মীৰত ট্টালৰ পৰা সন্ত্ৰাসবাদীয়ে অপৰহৰণ কৰিলে ২ ব্যক্তিক।
- সোমবাৰে নিশাই অপহৰণ কৰে ব্যক্তি দুজনক।
- ইয়াৰে এজনক হত্যা কৰে অপহৰণকাৰীয়ে।
- জংঘলৰ পৰা উদ্ধাৰ কৰা হৈছে এজন ব্যক্তিৰ মৃতদেহ।
- আনজন ব্যক্তিৰ সন্ধানত আৰক্ষী-সেনাই চলাই আছে অভিযান।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us