New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/VBK-SRINAGAR-1_0.jpeg)
প্ৰতীকি ফটো
- শ্ৰীনগৰৰ ৱাগোৰা নাওগামৰ পাৱাৰ গ্ৰীডত থকা নিৰাপত্তাৰক্ষীলৈ সন্ত্ৰাসবাদীৰ আক্ৰমণ৷
- নিশা গ্ৰেণেড নিক্ষেপ কৰিলে সন্ত্ৰাসবাদীয়ে৷
- আক্ৰমণত নিহত চি আই এছ এফৰ সহকাৰী উপ-পৰিদৰ্শক ৰাজেশ কুমাৰ৷
- আক্ৰমণৰ পিছতে অঞ্চলটোত কটকটীয়া নিৰাপত্তাবেষ্টনী গঢ়ি তোলা হৈছে৷