ৰাষ্ট্ৰীয় তামিলনাডুত পথ দুৰ্ঘটনা, নিহত ৩ তামিলনাডুত পথ দুৰ্ঘটনা, নিহত ৩ asomiyapratidin 17 Oct 2018 12:36 IST Follow UsNew Updateতামিলনাডুৰ শায়ালগুড়িত পথ দুৰ্ঘটনা।চৰকাৰী বাছ আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখী সংঘৰ্ষ।নিহত হ'ল ৩ জন, আহত ৪।আহতসকলক চিকিৎসালয়ত ভৰ্তি।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক