Published on:
Updated on:
- তামিলনাডুৰ মাডুৰাই ভয়ংকৰ পথ দুৰ্ঘটনা।
- নিয়ন্ত্ৰণহীন হৈ দ' খাৱৈত বাগৰিল এখন স্কুল বাছ।
- এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ২০জনকৈ ছাত্ৰ-ছাত্ৰী।
- ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে উদ্ধাৰ কৰে শিক্ষাৰ্থী কেইজনক।
- আহত ছাত্ৰ-ছাত্ৰী কেইজনক ভৰ্তি কৰা হৈছে মাডুৰাই ৰাজাজী চৰকাৰী চিকিৎসালয়ত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in