Published on:
Updated on:
- দেশত বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমন ।
- টুইটাৰত চিবিএছচি বোৰ্ড পৰীক্ষা বাতিলৰ দাবী শিক্ষাৰ্থীৰ ।
- টুইটাৰত #cancelboardexams2021, #CancelourCBSEboardexams2021 আৰু #CancelBoards2021 ট্ৰেণ্ড চলি থকা পৰিলক্ষিত হয় ।
- ৪ মেৰ পৰা অনুষ্ঠিত হ'ব চিবিএছচি পৰীক্ষা ।
- কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকক টেগ কৰি টুইট কৰিছে শিক্ষাৰ্থী সকলে ।
- শিক্ষাৰ্থী সকলে অনলাইন ভাবে পৰীক্ষা অনুষ্ঠিত কৰাৰো মন্তব্য কৰে ।
- এই সন্দৰ্ভত ব'ৰ্ডে বৰ্তমানলৈ কোনো সিদ্ধান্ত গ্ৰহন কৰা নাই ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in