Published on:
Updated on:
- জম্মু-কাশ্মীৰৰ এখন হোটেলত ভয়ানক অগ্নিকাণ্ড।
- হোটেলৰ কেবাটাও কোঠাত ছানি ধৰিছে জুয়ে।
- অগ্নিকাণ্ড সংঘটিত হোৱা হোটেলখনৰ নাম 'পাম্প'ছ'।
- শ্ৰীনগৰত আছে এই হোটেলখন।
- এতিয়ালৈকে কোনো লোকৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই।
- অগ্নিনিৰ্বাপক বাহিনীয়ে অব্যাহত ৰাখিছে জুই নিৰ্বাপনৰ চেষ্টা।
Code:
Asomiya Pratidin
www.asomiyapratidin.in