ৰাষ্ট্ৰীয়
স্পাইচজেটৰ ২ বৈমানিকৰ লাইচেঞ্চ বাতিল…
- স্পাইচজেটৰ দুগৰাকীৰ বৈমানিকৰ লাইচেঞ্চ বাতিল।
- এবছৰৰ বাবে বাতিল কৰা হয় বৈমানিক দুগৰাকী লাইচেঞ্চ।
- মুম্বাই বিমানবন্দৰৰ ৰানৱে'ত নিৰ্ধাৰিত দূৰত্বতকৈ অধিক দূৰ অতিক্ৰম কৰাৰ বাবে বাতিল লাইচেঞ্চ।
- ২ জুলাই, ২০১৯ত এছজি-৬২৪৮ বিমানৰ বৈমানিক আছিল দুয়োগৰাকী পাইলট।