New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/agranii.jpg)
- ছিকিমৰ অহোত অগ্নিকাণ্ড।
- নিশা দুৰ্বৃত্তই জ্বলাই দিলে এখন বাছ।
- বাছখন মেকলয়ড ফাৰ্মাচিউটিকেল ছাৰ্ভিচৰ বুলি জানিব পৰা গৈছে।
- বাছখনৰ স্বত্বাধিকাৰী পাট্ৰুছ চুব্বা বুলি জানিব পৰা গৈছে।
- এছডিএফ দলৰ সমৰ্থক পাট্ৰুছ চুব্বা।
- ইফালে আন কেইবাখনো ঠাইত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে।