Published on:
Updated on:
- অন্ধ্ৰপ্ৰদেশত যাত্ৰীবাহী ৰে'ল লাইনচ্যুতৰ ঘটনা।
- ৰাজ্যখনৰ ক'ডুৰা ৰেল ষ্টেচনত সংঘটিত হয় এই ঘটনা।
- শিৰডি এক্সপ্ৰেছ নামৰ ৰেলখন লাইনচ্যুত হয় মঙলবাৰে পুৱা।
- তিৰুপতিৰ পৰা শিৰডিলৈ গৈ আছিল ৰেলখন।
- সৌভাগ্যক্ৰমে আটাইকেইজন যাত্ৰীক উদ্ধাৰ কৰা হৈছে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in