ৰাষ্ট্ৰীয় ৰবাৰ্ট বাদ্ৰাৰ বিৰুদ্ধে ই ডিৰ চমন জাৰি… ৰবাৰ্ট বাদ্ৰাৰ বিৰুদ্ধে ই ডিৰ চমন জাৰি… asomiyapratidin 29 May 2019 10:43 IST Follow UsNew Updateইডিয়ে চমন জাৰি কৰিলে ৰবাৰ্ট বাদ্ৰাৰ বিৰুদ্ধে।বৃহস্পতিবাৰে ই ডি কাৰ্যালয়ত উপস্থিত হ'ব লাগিব বাদ্ৰা।ধন আত্মসাৎ, বেনামী সম্পত্তি সম্পৰ্কত সোধ-পোছ কৰা হ'ব ৰবাৰ্ট বাদ্ৰাক।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক