ৰবাৰ্ট বাদ্ৰাৰ বিৰুদ্ধে ই ডিৰ চমন জাৰি…

ৰবাৰ্ট বাদ্ৰাৰ বিৰুদ্ধে ই ডিৰ চমন জাৰি…
  • ইডিয়ে চমন জাৰি কৰিলে ৰবাৰ্ট বাদ্ৰাৰ বিৰুদ্ধে।
  • বৃহস্পতিবাৰে ই ডি কাৰ্যালয়ত উপস্থিত হ'ব লাগিব বাদ্ৰা।
  • ধন আত্মসাৎ, বেনামী সম্পত্তি সম্পৰ্কত সোধ-পোছ কৰা হ'ব ৰবাৰ্ট বাদ্ৰাক।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in