পুৱা ১০ বজাত সংবাদমাধ্যমক সম্বোধন কৰিব ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে

পুৱা ১০ বজাত সংবাদমাধ্যমক সম্বোধন কৰিব ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে
  • কোৰোনা ভাইৰাছক লৈ সৃষ্টি সন্ত্ৰাসৰ মাজতে সংবাদমাধ্যমক সম্বোধন কৰিব ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে।
  • শক্তিকাম দাসে সম্বোধন কৰিব সংবাদমাধ্যমক।
  • পুৱা ১০ বজাত সংবাদমাধ্যমক সম্বোধন কৰিব গৱৰ্ণৰগৰাকীয়ে।
  • কোৰোনাৰে যুঁজিবলৈ আৰ্থিক সাহাৰ্য্যৰ পেকেজ ঘোষণাৰ সম্ভাৱনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in