New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/Sabarimala_temple_EPS.jpg)
- কেৰালাৰ তিৰুৱানন্তপুৰমস্থিত সৱৰিমালা মন্দিৰত দেৱীৰ পূজা অৰ্চনা
- বুধবাৰে সন্ধিয়া ৫ বজাত ভক্তৰ বাবে মুকলি হ'ল সৱৰিমালা মন্দিৰৰ দ্বাৰ।
- দেৱী পূজা আৰম্ভ হোৱাৰ পিছতে লানি নিচিগা সোত বৈছে ভক্তৰ।
- নিশা ১০-৩০ বজালৈ ভক্তৰ বাবে খোলা থাকিব মন্দিৰৰ দ্বাৰ।
#WATCH: Prayers being offered at #SabarimalaTemple after its portals opened at 5 pm; devotees can offer prayers till 10.30 pm today. #Kerala pic.twitter.com/rBuneRDatN
— ANI (@ANI) October 17, 2018