Published on :
Updated on :
- বুকুৰ বিষত আক্ৰান্ত হৈছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ।
- বুকুৰ বিষৰ বাবে দিল্লীৰ সেনা চিকিৎসালয়ত শুকুৰবাৰে ৰাতিপুৱা চিকিৎসাৰ বাবে উপস্থিত হয় ৰাষ্ট্ৰপতি গৰাকী ।
- চিকিৎসালয়ত বুকুৰ বিষৰ নিয়মীয়া পৰীক্ষাৰ কৰি আছে ৰাষ্ট্ৰপতি গৰাকীয়ে ।
- বৰ্তমান ৰাষ্টপতি গৰাকীৰ স্বাস্থ্যৰ অবস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে ।
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাষ্ট্ৰপতি গৰাকীৰ আশু আৰোগ্য কামনা কৰে ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in