New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/10/EHDNpIZU0AAvJmB.jpg)
- ৭ দিনীয়া ভ্ৰমণসূচীৰে বিদেশলৈ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ।
- ফিলিপাইনছ আৰু জাপানলৈ যাত্ৰা ৰাষ্ট্ৰপতিগৰাকীৰ।
- তেওঁৰ সৈতে পৰিবাৰেও যাত্ৰা আৰম্ভ কৰিছে বিদেশলৈ।
- ৰাষ্ট্ৰপতিগৰাকী প্ৰথম যাব মানিলালৈ।
- ৫ দিন ফিলিপাইনছত থাকিব ৰাষ্ট্ৰপতিগৰাকী।
- ২১ অক্টোবৰত টকীঅ'ৰ অভিমুখে যাত্ৰা কৰিব তেখেতে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us