Published on:
Updated on:
- মধ্যপ্ৰদেশত আৰক্ষীৰ অভিযানত এখন বাহনসহ জব্দ প্ৰায় ৮৬ লাখ টকা।
- ইন্দৰত জব্দ হৈছে টকাখিনি।
- আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত চলাইছিল অভিযান।
- আৰক্ষীয়ে টকাসহ গাড়ীখন জব্দ কৰি গতাই দিছে আয়কৰ বিভাগক।
- আৰক্ষীয়ে ঘটনাক কেন্দ্ৰ কৰি আৰম্ভ কৰিছে তদন্ত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in