ৰাষ্ট্ৰীয় ১ কোটিৰো অধিক টকাৰ ড্ৰাগছ সহ ৪ গৰাকী নাইজেৰিয়ান যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ…. ১ কোটিৰো অধিক টকাৰ ড্ৰাগছ সহ ৪ গৰাকী নাইজেৰিয়ান যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ…. asomiyapratidin 02 Nov 2020 19:43 IST Follow UsNew Updateচাৰি গৰাকী নাইজেৰিয়াৰ যুবকক ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।মহাৰাষ্ট্ৰৰ পূব নালাছ'পাৰাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুবক কেইজনক ।যুূবককেইজনৰ পৰা উদ্ধাৰ ৭৪৭ গ্ৰাম কোকেইন ।এই নিষিদ্ধ কোকেইন খিনৰ মূল্য প্ৰায় ১,৪৯,৫৮,০০০ টকা ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক