৪ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীক ফোন কৰি কোভিড পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে…

৪ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীক ফোন কৰি কোভিড পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে…
  • ৪ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীক ফোন কৰি কোভিড পৰিস্থিতিৰ বুজ ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।
  • মহাৰাষ্ট্ৰথ কোৰোনা ভাইৰাছৰ দ্বিতীয় ঢৌত কোভিড বিৰুদ্ধে ভালদৰে যুঁজ দিছে বুলি প্ৰশংসা মোডীৰ।
  • মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে,মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান,হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰ আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনৰ সৈতে বাৰ্তালাপ কৰে মোডীয়ে।
  • ইফালে দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমন ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in