লক্ষ্ণৌৰ পেট্ৰ’ল পাম্পত দুৰ্বৃত্তৰ গুলীচালনা, গুৰুতৰভাৱে আহত ২জন…

লক্ষ্ণৌৰ পেট্ৰ’ল পাম্পত দুৰ্বৃত্তৰ গুলীচালনা, গুৰুতৰভাৱে আহত ২জন…
  • লক্ষ্ণৌৰ পেট্ৰ'ল পাম্পত দুৰ্বৃত্তৰ গুলীচালনা।
  • পেট্ৰ'ল পাম্পটোৰ কেশ্বিয়াৰ আৰু আন এজন লোকক ওপৰত গুলীচালনা দুটা দুৰ্বৃত্তৰ।
  • দুৰ্বৃত্তৰ গুলীচালনাত গুৰুতৰভাৱে আহত দুয়োজনকে হাস্পতাললৈ প্ৰেৰণ।
  • ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত।
  • আৰক্ষীয়ে জনায়- পেট্ৰ'ল পাম্পত থকা ৪-৫ লাখ টকা বা আন একো সা-সামগ্ৰী লুন্ঠন কৰা নাই।
  • ঘটনা সন্দৰ্ভত ইতিমধ্যে ৰুজু কৰা হৈছে গোচৰ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in