ৰাষ্ট্ৰীয়
জম্মু-কাশ্মীৰত যুদ্ধ বিৰতি উলংঘন পাক সেনাৰ…
- জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ মেনধাৰ চেক্টৰত পাক সেনাৰ যুদ্ধবিৰতি উলংঘন।
- শনিবাৰে পুৱা ধাৰাসাৰ গুলীবৰ্ষণ পাক সেনাৰ।
- পুৱা প্ৰায় ৯ বজাত এই গুলীবৰ্ষণ।
- লঘু মৰাণাস্ত্ৰৰে গুলী বৰ্ষণ কৰে পাকিস্তানী সেনাই।
- পাক সেনাক উচিত প্ৰত্যুত্তৰ দিয়ে ভাৰতীয় সেনাইও।