Published on:
Updated on:
- আজি মহানৱমী।
- সমগ্ৰ দেশবাসীয়ে লৈছে মা দুৰ্গাৰ আশীষ।
- উত্তৰ বোম্বাই সাৰ্বজনীন দুৰ্গাপূজা মণ্ডপতো সোমবাৰে দুৰ্গা মাৰ আশীষ ল'লে বহু কেইজন বিশিষ্ট অভিনেতা-অভিনেত্ৰীয়ে।
- অভিনেতা হৃত্বীক ৰোশ্বন, অভিনেত্ৰী আলিয়া ভট্ট, ৰাণী মুখাৰ্জী, কাজলকে ধৰি কেইবাজনো তাৰকা উপস্থিত পূজা মণ্ডপত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in