Published on:
Updated on:
- নিৰ্বাচনী আচৰণবিধি উলংঘা, নয়দা গৌতম বুদ্ধ নগৰত বৃহস্পতিবাৰে নিশা জব্দ কৰে ১.৬০ কোটিৰো অধিক টকা।
- দুখন বাহনৰ পৰা জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ধনখিনি।
- বিজয় কুমাৰ আৰু ৰাহুল নামৰ দুজন লোককো আটক কৰিছে আৰক্ষীয়ে।
- দুয়োজন লোককে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
- নিয়মিত তালাচী অভিযানত জব্দ কৰা হয় এই ধনখিনি।
Code:
Asomiya Pratidin
www.asomiyapratidin.in