New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/agrani-batori.jpg)
- মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে আটক কৰে নাইজেৰিয়ান দম্পতীক।
- লগতে আটক কৰে মুম্বাইৰ অশোক বোৰাডেক।
- ৫৭ বছৰীয়া এগৰাকী মহিলাক প্ৰবঞ্চনা কৰাৰ অভিযোগত আটক।
- অভিযোগ অনুসৰি, মহিলাগৰাকীৰ পৰা অনলাইনযোগে লুটিছিল ৭৪ লাখ টকা।
- অতি সুলভ মূল্যতে বহু সা-সামগ্ৰীৰ অফাৰ দিছিল মহিলাগৰাকীক।