ৰাষ্ট্ৰীয়
দেশত ১কোটি ৮০ লাখতকৈ অধিক লোকক কোভিড ভেকচিন প্ৰদান…
- বিগত ২৪ ঘন্টাত দেশত কোৰোনাত আক্ৰান্ত হয় ১৬,৮৩৮ গৰাকী ।
- কোৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰে ১৩,৮১৯ গৰাকীয়ে ।
- ১১৩ জনৰ বিগত ২৪ ঘন্টা কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ।
- দেশত বৰ্তমানলৈ সৰ্বমুঠ ১,১১,৭৩,৭৬১ জন কোৰোনাচ আক্ৰান্ত হয় ।
- কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ১,৫৭,৫৪৮ জনৰ ।
- বৰ্তমানলৈ দেশৰ ১,৮০,০৫,৫০৩ জন লোকক প্ৰদান কৰা হয় কোভিড ভেকচিন ।