ৰাষ্ট্ৰীয়
বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত নাগপুৰত জব্দ বৃহৎ পৰিমাণৰ ধন…
- বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত নিৰ্বাচন আয়োগ আৰু নাগপুৰ আৰক্ষীৰ অভিযান।
- নাগপুৰত জব্দ হৈছে বৃহৎ পৰিমাণৰ ধন।
- জব্দ হোৱা ধনৰ পৰিমাণ ১.১ কোটি টকা বুলি জানিব পৰা গৈছে।
- পূৰ্বেও জব্দ হৈছিল ধন।
- দুখনকৈ ঠাইত অভিযান চলাই এই ধন জব্দ কৰা হৈছে।