New Update
- পানী চোৰ কৰি বিপদত ৬জন লোক।
- মুম্বাইৰ আজাদ মৈদান আৰক্ষীয়ে ৬জন লোকৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ।
- ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৯ আৰু ৩৪ ধাৰাত ৰুজু কৰা হৈছে গোচৰ।
- লোককেইজনৰ বিৰুদ্ধে গ্ৰাউণ্ড ৱাটাৰ চোৰ কৰাৰ অভিযোগ।
- ১১ বছৰ ধৰি লোককেইজনে পানী চোৰ কৰিছিল।
- তেওঁলোকে চোৰ কৰা পানীৰ মূল্য প্ৰায় ৭৩.১৮ কোটি টকাৰ হ'ব বুলি অনুমান কৰা হৈছে।
- ঘটনাক লৈ অব্যাহত আছে তদন্ত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us