Published on:
Updated on:
- মংগোলীয়ালৈ যাব কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান।
- দুদিনীয়া ভ্ৰমণসূচীৰে মংগোলীয়ালৈ ৰাওনা হ'ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।
- মংগোলীয়া ৰিফাইনেৰী প্ৰজেক্টত অংশ ল'ব তেওঁ।
- ৮ আৰু ৯ অক্টোবৰত মংগোলীয়া ভ্ৰমণসূচীলৈ যাব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।
Code:
Asomiya Pratidin
www.asomiyapratidin.in