কাশ্মীৰ আমাৰ আছিল আৰু সদায় আমাৰ হৈয়ে থাকিবঃ মহম্মদ মাডানী… VIDEO

কাশ্মীৰ আমাৰ আছিল আৰু সদায় আমাৰ হৈয়ে থাকিবঃ মহম্মদ মাডানী… VIDEO
  • উলেমা-ই-হিন্দৰ সদস্য মহম্মদ মাডানীয়ে কাশ্মীৰ সন্দৰ্ভত কৰিলে মন্তব্য।
  • মহম্মদ মাডানীয়ে সংবাদমাধ্যমৰ আগত কয়-
  • 'কাশ্মীৰ আমাৰ আৰু সদায় আমাৰ হৈয়ে থাকিব।'
  • 'কাশ্মীৰ ভাৰতৰ অভিন্ন অংগ।'
  • 'পাকিস্তানে সমগ্ৰ বিশ্বৰ পৰা জম্মু-কাশ্মীৰ সন্দৰ্ভত সহায়-সহযোগ বিচাৰিছে।'
  • 'লগতে মন্তব্য কৰিছে যে, ভাৰতৰ মুছলমান সকলে দেশৰ বিৰোধিতা কৰিছে।'
  • 'আমি পাকিস্তানৰ এনে ধৰণৰ মন্তব্যক গৰিহণা জনাইছো।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in