মধ্যপ্ৰদেশৰ বান্ধৱগড় টাইগাৰ ৰিজাৰ্ভত অগ্নিকাণ্ড…

মধ্যপ্ৰদেশৰ বান্ধৱগড় টাইগাৰ ৰিজাৰ্ভত অগ্নিকাণ্ড…
  • মধ্যপ্ৰদেশৰ বান্ধৱগড় টাইগাৰ ৰিজাৰ্ভত অগ্নিকাণ্ড ।
  • এই বনজুইয়ে উদ্যান খনৰ বহুতো অঞ্চললৈ বিয়পিছে ।
  • প্ৰশাসনে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।
  • কি কাৰনত এই অগ্নিকাণ্ড সংঘটিত হৈছে এই সম্পৰ্কে জানিব পৰা নাই ।
  • এই অগ্নিকাণ্ডৰ ফল বনগছ বোৰ সম্পূৰ্ণ ৰূপে জ্বলি গৈছে ।
  • অগ্নিকাণ্ডৰ ফলত বন্যজন্তুৰ জীৱনলৈ বিপদ কঢ়িয়াই আনিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in