Published on :
Updated on :
- বিধানসভা নিৰ্বাচনৰ বাবে দলৰ পৰা টিকট নাপাই মূৰৰ চুলি খুৰাই প্ৰতিবাদ কৰিলে এগৰাকী কংগ্ৰেছ নেত্ৰীয়ে ।
- কেৰেলা মহিলা কংগ্ৰেছৰ মুৰব্বী লাথিকা সুভাষে কৰে এই ব্যতিক্ৰমী প্ৰতিবাদ ।
- তিৰুৱানন্তপুৰমৰ কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে ।
- নেত্ৰী গৰাকীয়ে কয়, "মই কোনো দলত যোগদান কৰা নাই কিন্তু মই মোৰ পদৰ পৰা পদত্যাগ কৰিম।"
Code:
Asomiya Pratidin
www.asomiyapratidin.in