Published on:
Updated on:
- কেৰালাত বানৰ সংহাৰ ৰূপ অব্যাহত।
- এসপ্তাহত বানৰ ফলত নিহত কেইবাজনো লোক।
- ৮ আগষ্টৰ পৰা ১৪ আগষ্টলৈ ৰাজ্যখনত বানৰ ফলত মৃত্যু ১০২জনকৈ লোকৰ।
- ইফালে, সন্ধানহীন হৈ আছে ৫৯জন লোক
- কেৰালাত বানৰ ফলত আহত লোকৰ সংখ্যা যোৱা এসপ্তাহত ৩৫জন।
- কেৰালা দুৰ্যোগ প্ৰশমন বিভাগে জনাই এই কথা।
Code:
Asomiya Pratidin
www.asomiyapratidin.in