কৰ্ণাটকৰ মুখ্যমন্ত্ৰী কুমাৰাস্বামীৰ গুৰুত্বপূৰ্ণ বৈঠক আৰম্ভ…

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী কুমাৰাস্বামীৰ গুৰুত্বপূৰ্ণ বৈঠক আৰম্ভ…

author-image
asomiyapratidin
New Update
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী কুমাৰাস্বামীৰ গুৰুত্বপূৰ্ণ বৈঠক আৰম্ভ…

  • কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰাস্বামীৰ বৈঠক আৰম্ভ।
  • বৈঠকত উপস্থিত কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী জি পাৰামেশ্বৰা।
Advertisment
  • লগতে বৈঠকত উপস্থিত আছে কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি দীনেশ গুণ্ডু ৰাওঁ।
  • মন্ত্ৰী ডি কে শিৱকুমাৰ, কংগ্ৰেছ নেতা কে চি বেণুগোপাল আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰামিয়াহো উপস্থিত বৈঠকত।