Published on:
Updated on:
- দেওবাৰে পুৱাই ঝাৰখণ্ডত আৰক্ষী আৰু মাওবাদীৰ সংঘৰ্ষ।
- সংঘৰ্ষত প্ৰাণ হেৰুৱালে এজন আৰক্ষী জোৱানে।
- লগতে আহত ৪জনকৈ আৰক্ষী জোৱান গুৰুতৰভাৱে আহত।
- আৰক্ষীৰে সংঘৰ্ষত ৪টা মাওবাদীও নিহত।
- আহত আৰক্ষী জোৱান কেইজনক হেলিকপ্টাৰেৰে নিয়া হৈছে হাস্পতাললৈ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in