ৰাষ্ট্ৰীয় জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ… জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ… asomiyapratidin 29 May 2019 10:47 IST Follow UsNew Updateজম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ।জম্মু-কাশ্মীৰৰ গুলগাম জিলাৰ তাজিপোৰাত এই সংঘৰ্ষ।এলেকাটোত বহু কেইটা সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰাৰ সন্দেহ নিৰাপত্তাৰক্ষীৰ।বৰ্তমানেও সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক