জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ…

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ…
  • জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ।
  • জম্মু-কাশ্মীৰৰ গুলগাম জিলাৰ তাজিপোৰাত এই সংঘৰ্ষ।
  • এলেকাটোত বহু কেইটা সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰাৰ সন্দেহ নিৰাপত্তাৰক্ষীৰ।
  • বৰ্তমানেও সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in