ৰাষ্ট্ৰীয় জন্মু-কাশ্মীৰত পাক সেনাৰ যুদ্ধ বিৰতি উলংঘন… জন্মু-কাশ্মীৰত পাক সেনাৰ যুদ্ধ বিৰতি উলংঘন… asomiyapratidin 27 Aug 2019 10:17 IST Follow UsNew Updateজন্মু-কাশ্মীৰৰ পুঞ্জ চেক্টৰৰ ২ স্থানত পাক সেনাৰ যুদ্ধ বিৰতি উলংঘন।ভাৰতীয় সেনাৰ এক সুত্ৰই সদৰি কৰিছে এই তথ্য।প্ৰাপ্ত খবৰ অনুসৰি হতাহত হোৱা নাই কোনো লোক।ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছেগৈ সেনা বাহিনীৰ জোৱান।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক