New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/03/facefaceceasefire-jamju-kashmirdownload.jpg)
প্ৰতীকি ফটো
- দক্ষিণ কাশ্মীৰৰ কুলগামত পুৱাৰে পৰা চলা সন্ত্ৰাসবাদী বিৰোধী অভিযান অব্যাহত আছে।
- বৰ্তমানলৈ সেনাৰ হাতত নিহত হৈছে ৩ টাকৈ সন্ত্ৰাসবাদী।
- কুলগামৰ কাঞ্জীগুণ্ডত সন্ত্ৰাসবাদী কেইবাটাও ঘাটি উৎখাত সেনাৰ।
- উল্লেখ্য যে, বিগত কেইবাদিনো ধৰি সেনাই ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে সন্ত্ৰাসবাদী বিৰোধী অভিযান।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us