কলকাতাত আন্তৰ্জাতিক অনুবাদ দিৱস উদযাপন

কলকাতাত আন্তৰ্জাতিক অনুবাদ দিৱস উদযাপন

author-image
Asomiya Pratidin
New Update
কলকাতাত আন্তৰ্জাতিক অনুবাদ দিৱস উদযাপন

ডিজিটেল ডেস্কঃ শনিবাৰে কলকাতাত অনুষ্ঠিত হয় আন্তৰ্জাতিক অনুবাদ দিৱস। কলকাতাৰ পূব অঞ্চলৰ সাহিত্য অকাডেমিত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় আন্তৰ্জাতিক অনুবাদ দিৱস ।

এই অনুষ্ঠানত অসমীয়া, বাংলা, বডো, সান্থলী, মৈথেলী, উডিয়া, মণিপুৰী আৰু নেপালী ভাষাত কবিতা আবৃত্তি কৰে কেবাজনো কবিয়ে। বড়ো ভাষাত কবিতা আবৃতি কৰে অৰবিন্দ উজীৰে। উক্ত অনুষ্ঠানটোত কেৱালানীও কবিতা আবৃতিৰ অনুষ্ঠান পৰিৱেশিত হয়।

উক্ত অনুষ্ঠানটিত মাধৱ কৌশিক আৰু ড° শ্ৰীনিবাসন ৰাও, শ্ৰী দিগন্ত বিশ্ব শৰ্মা, পশ্চিম বংগৰ বিশিষ্ট সাহিত্যিক সুবোধ চৰকাৰৰ লগতে বহু দৰ্শক উপস্থিত থাকে।

international translation day