/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/e28206e71cef1a6e763117c9fd34e7ba.jpg)
ডিজিটেল ডেস্কঃ যোৱা ২০ জানুৱাৰীত কৰ্ণাটকৰ মংগালুৰু বিমান বন্দৰত আই ই ডি উদ্ধাৰ হোৱাৰ পিছতে অধিক সষ্টম হৈছে বাংগালুৰু আৰক্ষী। বুধবাৰে বিমান বন্দৰত আই ই ডিটো থৈ যোৱা এজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বৰ্তমানৰ লৈকে তদন্তত পোহৰলৈ অহা তথ্যনুসৰি বিমান বন্দৰত আদিত্য ৰাৱ জনৰ লোকজনেই এটা বেগত থৈ গৈছিল আই ই ডিটো। ইফালে ধৃত লোকজনক সোধ-পোছ কৰি বৰ্তমানেও তদন্ত অব্যাহত ৰাখিছে মাংগালুৰু আৰক্ষীৰ এটি দলে।