Published on:
Updated on:
- হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা।
- বিলাসপুৰ জিলা স্বৰঘাটত দ' খাৱৈত পৰিল পৰ্যটকৰ বাছ ।
- দুৰ্ঘটনাত আহত হৈছে ২৬ জন যাত্ৰী।
- ইয়াৰে ১৮ জনৰ অৱস্থা সংকটজনক।
- আহত আটাইকে ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in