New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/08/jaipur-flood-police-marigaonjui-for-web-AP-full-no-ad-copy.jpg)
- ৰাজস্থানৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৃষ্টিপাত।
- বৃষ্টিপাতৰ ফলত ৰাজ্যখনৰ জয়পুৰৰ বাটে-পথে সৃষ্টি কৃত্ৰিম বান।
#WATCH Rajasthan: Heavy rain lashes parts of Jaipur
India Meteorological Department (IMD) has predicted heavy rainfall in the city for today and light rainfall for the next 48 hours. pic.twitter.com/qWlOwsGZFq
— ANI (@ANI) August 14, 2020
- ৰাজ্যখনত আগন্তুক ৪৮ ঘন্টা জয়পুৰত প্ৰবাল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা।
- ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰে এই কথা।