New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/gold.jpg)
- পুণে বিমান বন্দৰত আবকাৰী বিভাগে জব্দ কৰিলে বৃহৎ পৰিমাণৰ সোণ৷
- চুডানৰ ৪ মহিলাৰ পৰা আবকাৰী বিভাগে জব্দ কৰিলে বৃহৎ পৰিমাণৰ সোন৷
- জব্দ হোৱা সোণখিনিৰ মূল্য প্ৰায় ৬৬ লাখ ৫১ হাজাৰ৷
- চুটকেছত ভৰাই ভাৰতৰ বাহিৰলৈ নিয়াৰ সময়তে জব্দ কৰা হৈছে সোণখিনি৷
- মহিলা ৪গৰাকীৰ বিৰুদ্ধে ১০৮ ধাৰাৰ অধীনত গোচৰ ৰুজু আৰক্ষীৰ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us