Published on:
Updated on:
- মুম্বাইত পুৱতি নিশা বিধ্বংসী অগ্নিকাণ্ড।
- এটা উদ্যোগ প্ৰতিষ্ঠানত এই অগ্নিকাণ্ড।
- ১২ খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে নিৰ্বাপন কৰে জুই ।
- কোটি টকাৰ সম্পত্তি ক্ষয়-ক্ষতিৰ অনুমান।
- বৰ্তমানেও অব্যাহত উদ্ধাৰ অভিযান।
- পুৱতি নিশা প্ৰায় ২.৩০ মিনিটত গুড়েগাঁৱত সংঘটিত হয় এই অগ্নিকাণ্ড।
Code:
Asomiya Pratidin
www.asomiyapratidin.in