Published on:
Updated on:
- দিল্লীত বিধ্বংসী অগ্নিকাণ্ড।
- এটা প্ৰিন্টিং প্ৰেছত অগ্নিৰ সূত্ৰপাত হয়।
- পটপাৰগঞ্জ উদ্যোগিক এলেকাত এই অগ্নিকাণ্ড।
- অতিকম সময়ৰ ভিতৰতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে সমগ্ৰ অঞ্চল।
- এজন লোকৰ মৃত্যু হৈছে।
- ৩৫খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ জিই নিৰ্বাপণৰ চেষ্টা।
Code:
Asomiya Pratidin
www.asomiyapratidin.in