ৰাষ্ট্ৰীয় পশ্চিমবংগত বিধ্বংসী অগ্নিকাণ্ড… পশ্চিমবংগত বিধ্বংসী অগ্নিকাণ্ড… asomiyapratidin 29 May 2019 15:27 IST Follow UsNew Updateপশ্চিমবংগত ভয়ংকৰ অগ্নিকাণ্ড।ৰাজ্যখনৰ ৰাইফল ৰেঞ্জ ৰোডত এই অগ্নিকাণ্ড।১২খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ জুই নিৰ্বাপনৰ চেষ্টা।বৰ্তমানলৈ কোনো লোক হতাহত হোৱা খবৰ পোৱা হোৱা নাই।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক