Published on:
Updated on:
- দিল্লীৰ মৌজপুৰত নাগৰিকত্ব সংশোধনী আইন বিৰোধী হিংসাত্মক প্ৰতিবাদত প্ৰাণ হেৰুৱালে আৰক্ষীৰ হেড কণিষ্টবলে।
- দিল্লীৰ গোলকপুৰীৰ এচিপিৰ কাৰ্যালয়ত নিযুক্ত হৈ আছিল নিহত কণিষ্টবলগৰাকী।
- নিহত কণিষ্টবলগৰাকীৰ নাম ৰতন লাল।
- প্ৰতিবাদকাৰীয়ে নিক্ষেপ কৰা শিল মূৰত লাগি তেওঁ প্ৰথমে আহত হৈছিল।
- তেওঁ প্ৰতিবাদকাৰীক বুজাবলৈ যোৱাৰ সময়তে কোনো প্ৰতিবাদকাৰীয়ে শিল নিক্ষেপ কৰে।
- তাৰ পিছতে কণিষ্টবলগৰাকীক লৈ যোৱা হৈছিল হাস্পতাললৈ।
- হাস্পতালত তেওঁৰ মৃত্যু হয়।
Code:
Asomiya Pratidin
www.asomiyapratidin.in