Published on:
Updated on:
- দিল্লীত আজি কংগ্ৰেছৰ বুথ কৰ্মীক সম্বোধন কৰিব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ৰাহুল গান্ধীয়ে।
- 'মেৰা বুথ, মেৰা গৌৰৱ' শ্ল'গানেৰে আৰম্ভ হ'ব কংগ্ৰেছৰ অভিযান।
- দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত দলীয় কৰ্মীক সম্বোধন কৰিব গান্ধীয়ে।
- কেইবা হাজাৰো কৰ্মী সমাগম হোৱাৰ সম্ভাৱনা।
Code:
Asomiya Pratidin
www.asomiyapratidin.in