New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/f816f735-087f-4113-a602-e2b2867355dd/manish.jpg)
দিল্লী সুৰা নীতি কেলংকাৰীক লৈ আদালতৰ বিশেষ ৰায়।
আপ নেতা মনীষ চিছোডিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি।
৩১মেৰ লৈকে ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কৰিছে আদালতে।
জেইলৰ পৰা ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে আদালতত হাজিৰ কৰোৱা হৈছিল দিল্লীৰ প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীক।
দিল্লী উচ্চ ন্যায়ালয়ৰ বিশেষ আদালতৰ এই ৰায়দান।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us